- Book Author: শ্বাইখ আব্দুল আজীজ বিন আব্দুল্লাহ বিন বাজ
- Publisher: islamhouse.com
- Book Translator: ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
- Year of Publication: 2015
- Number of Pages: 41
- Book visits: 275
- Book Downloads: 62
- Book Reads: 50
সঠিক ধৰ্ম বিশ্বাস আৰু ইয়াৰ পৰিপন্থী বিষয়।
এইটো আল্লামা শ্বাইখ আব্দুল আজীজ ইবন বাজ ৰাহিমাহুল্লাহৰ এটা ভাষণ, য’ত তেখেতে আহলে ছুন্নাত অল জামা‘আতৰ মৌলিক আকীদা-বিশ্বাস দাঙি ধৰিছে। কাৰণ, কোৰআন আৰু ছুন্নাহৰ পৰা এই কথা স্পষ্ট হয় যে, কোনো কথা ও কৰ্ম তেতিয়াই শুদ্ধ ও গ্রহণযোগ্য হ’ব যেতিয়া সেইটো ছহীহ আকীদাৰ ওপৰত ভিত্তি কৰি সংঘটিত হ’ব, যদি আকীদা অশুদ্ধ হয়, তেতিয়া তাৰ ওপৰত ভিত্তি কৰি কৰা যাৱতীয় আমল বাতিল হ’ব।
Post a Comment